Weaving Dream
Tuesday, 17 December 2013
তই মোৰ সোণ ...
বালিকে সোণ বুলি জোৰকৈ খামুছি ধৰিছিলো। ..
আঙুলিৰ ফাঁকেৰে খৰকি গৈ থাকিল বালিবোৰ
আৰু শিথিল হব ধৰিলে মুঠি !
মুঠি খুলি দেখিলো
হাতৰ তলুয়াত জলমলাই থাকিল
কেইটামান সোণৰ চেঁকুৰা...
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment